Arfan Ali vloger

Arfan Ali vloger Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arfan Ali vloger, Travel Service, Golapara, Abhayapuri.

17/11/2025
25/09/2025

ডক্টৰ VS ড কাই ত ।বৰপেটা ৰোডৰ শিশু বিশেষজ্ঞ ডঃমিহিৰ কুমাৰ ভূয়া নামৰ চিকিৎসা জনে ৪০ শতাংশ কমিশন ৰ অংকত বিভিন্ন কোম্পানীৰ উচ্চ মূল্য নিৰ্ধাৰিত ঔষধ ৰোগীক লিখি দিয়া আমি দীৰ্ঘ দিনৰ পৰা দেখি আহিছোঁ। মই সামাজিক গন মাধ্যমৰ যোগেদি চিকিৎসা জনক কমিচন ৰ অংক বাদ দি ৰোগীক উন্নত মানদণ্ডৰ কোম্পানীৰ ঔষধ লিখিবলৈ আহ্বান জনালোঁ। সকলোক শেয়াৰ কৰি চিকিৎসক জনক দেখা বলৈ আহ্বান জনালো।

23/09/2025

যিকোনো এলোপেথিক আয়ুৰ্বেদিক ঔষধত ১৫ পৰা ৫০ শতাংশ ৰেহাই ৰ লগতে হোম ডেলিভাৰী ৰ ব্যৱস্থা আছে।
9864720269

07/05/2023

আমাব় গ্ৰামেব় জৈৱিক কৃষি পাম। MANAS Agro & seeds recharge center.

02/05/2023

আপোনাৰ সন্তানক সৰুৰে পৰা আবাসিক বিদ্যালয় (হোষ্টেলত) ৰাখি উচ্চ শিক্ষিত কৰিলে পিছত নিজৰ মাক দেউতাক ৰ লগতে আত্মীয় স্বজন ৰ লগত আত্মীয়তা নহোৱা হৈ যায়।

অৱশেষত মিঞাই কিতাপত স্বীকৃতি লাভ কৰিলে।
29/04/2023

অৱশেষত মিঞাই কিতাপত স্বীকৃতি লাভ কৰিলে।

29/04/2023

" হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি (ঋণী সকলৰ তাত) অৱশিষ্ট আছে সেইখিনি এৰি দিয়া, যদি তোমালোকে মুমিন হোৱা। "

" কিন্তু যদি তোমালোকে (সুত বৰ্জন) নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধ সুনিশ্চিত বুলি জানি থোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব। "
আল কোৰান : ২:২৭৮, ২: ২৭৯

27/04/2023

অচিৰেই গোলাপাৰা নাম্বাৰপাৰা সংযোগী ৰাস্তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।জিলা বঙাইগাঁও।

26/04/2023

যোৱা কালি অসমত মুছলিম যুব পৰিষদ (কংগ্ৰেছ) ৰ ফলাফল দেখিলো ৰাকেশ চক্ৰৱৰ্তী ৰ বাহিৰে সকলো মুছলমান বেলেগ জাতি জনজাতি যে কংগ্ৰেছ ত্যাগ কৰিলে নেকি?

24/04/2023

Address

Golapara
Abhayapuri

Alerts

Be the first to know and let us send you an email when Arfan Ali vloger posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category