PM Pallabi's Vlogs

PM Pallabi's Vlogs নমস্কাৰ 🙏
আপোনালোকৰ পৰা অকণমান মৰম আশীৰ্বাদ বিচাৰি আহিছো ❤️
ধন্যবাদ 🙏
(2)

22/05/2026

📌 মাত্ৰ ১০০ টকা এতিয়াই যোগাযোগ কৰক 🎯
#উপহাৰকুপণ

📌৩১ তাৰিখৰ লখিমপুৰৰ উপহাৰ কুপন খেলৰ টিকট লাগিলে মোৰ ওচৰত পাব দেই 😊মাত্ৰ 100 টকা ☝️
22/05/2026

📌৩১ তাৰিখৰ লখিমপুৰৰ উপহাৰ কুপন খেলৰ টিকট লাগিলে মোৰ ওচৰত পাব দেই 😊
মাত্ৰ 100 টকা ☝️

📌Fire And Safety 🦺 🛟 ADMISSIONSGOING ON.....⛳              9127090101📱               9127020101 🤙
21/05/2026

📌Fire And Safety 🦺 🛟 ADMISSIONS
GOING ON.....⛳
9127090101📱
9127020101 🤙



20/05/2026

90% PLACEMENT 👍
📌10 /12 পাছ কৰি চাকৰী লব বিচাৰে নেকি ???
📌আজিয়েই যোগাযোগ কৰক উল্লেখিত নম্বৰত 📍





কাইলৈ মই থাকো বা নাথাকোঁকিন্তু অভিযোগ নৰ'ব জীৱনৰ প্ৰতিকেৱল মাথোঁ ৰৈ যাবসামৰি থোৱা স্মৃতিৰ কিছু ধাৰাবাহিকতাযি সময় এতিয়াও ...
20/05/2026

কাইলৈ মই থাকো বা নাথাকোঁ
কিন্তু অভিযোগ নৰ'ব জীৱনৰ প্ৰতি
কেৱল মাথোঁ ৰৈ যাব
সামৰি থোৱা স্মৃতিৰ কিছু ধাৰাবাহিকতা
যি সময় এতিয়াও আছে মোৰ হাতত
আহক সকলোৱে হাঁহিৰেই পাৰ কৰো
বাকি থকা জীৱন ..... ✍️

ভাল লাগে এনেকৈ সকলোকে লগ পালে 🫰❤️
18/05/2026

ভাল লাগে এনেকৈ সকলোকে লগ পালে 🫰❤️

18/05/2026

📌আঙুলিৰ সমান পাত 😳

📌ফাইনেলী তিল গাহৰি লগ পায় গলো 🫰😅
18/05/2026

📌ফাইনেলী তিল গাহৰি লগ পায় গলো 🫰😅

We😍🫰
17/05/2026

We😍🫰

17/05/2026

দুটকা সাঁচিবৰ বাবে দিনটোলৈ উলাই আহি কত কি কেনেকৈ খাব লগা হৈছে ❤️

অক্কণমানি ল’ৰা—থিয় দিব খোজোঁতেইথুপুক-থাপাক পৰা।কোনোমতে অকাই-পকাইএখোজ দুখোজ যায়চিৎভলঙা খায়,খোজ কাঢ়িব নৌ পাৰোঁতেইলৰ দি...
17/05/2026

অক্কণমানি ল’ৰা—
থিয় দিব খোজোঁতেই
থুপুক-থাপাক পৰা।
কোনোমতে অকাই-পকাই
এখোজ দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌ পাৰোঁতেই
লৰ দিবলৈ চায়।🥰
পোৱালী কেইজনীৰ ফটো দেখি কবিতাটো মনলৈ আহি গল ইফালে ভালকৈ খোজ তোকে দিব পৰা হোৱা নাই মেখেলা চাদৰ পিন্ধি বিহু মাৰিব যায় 🫢😍🥰🥰🥰

Address

Tingrai
Digboi
786171

Alerts

Be the first to know and let us send you an email when PM Pallabi's Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share