It's Harry

It's Harry Let's Change.

কাঁটা তাঁৰ পাৰ হৈ এনেকৈ আহে বাংলাদেশী মুছলিম পশ্চিম বংগৰে।Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh
05/05/2026

কাঁটা তাঁৰ পাৰ হৈ এনেকৈ আহে বাংলাদেশী মুছলিম পশ্চিম বংগৰে।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

তুমি মুখ্যমন্ত্ৰী হ'বা.......বপুৰাই নিজে হাৰিলে🤣🤣
05/05/2026

তুমি মুখ্যমন্ত্ৰী হ'বা.......
বপুৰাই নিজে হাৰিলে🤣🤣

এজনী লণ্ডনত পঢ়ি আহিছিল আৰু এজনী  প্ৰফেচৰ  আছিল বোলে। হাই ৰে হাই কি হ'ব এতিয়া?
04/05/2026

এজনী লণ্ডনত পঢ়ি আহিছিল আৰু এজনী প্ৰফেচৰ আছিল বোলে। হাই ৰে হাই কি হ'ব এতিয়া?

বাংলাদেশেও স্বীকাৰ কৰিলে ভাৰতত বাংলাদেশী মুছলিম আছে.. জাঠি-জুঙ কৈ খেদিবহে লাগে।
02/05/2026

বাংলাদেশেও স্বীকাৰ কৰিলে ভাৰতত বাংলাদেশী মুছলিম আছে.. জাঠি-জুঙ কৈ খেদিবহে লাগে।

কি লাভ? আমাৰ লখিমপুৰ জিলাৰ ৰেঞ্জাৰৰ এই দুৰৱস্থা। পঢ়াত ইমান ভাল হৈয়ো যদি ঘোচকুৰেই হ'ব লগা হয়। APSCত প্ৰথম স্থান পায় নিজৰ ...
02/05/2026

কি লাভ? আমাৰ লখিমপুৰ জিলাৰ ৰেঞ্জাৰৰ এই দুৰৱস্থা। পঢ়াত ইমান ভাল হৈয়ো যদি ঘোচকুৰেই হ'ব লগা হয়। APSCত প্ৰথম স্থান পায় নিজৰ লগতে মাক-দেউতাকৰ নাকহে কটালে। ধিক্কাৰ....😢😢

১৯,০০০ টকাৰ মদেই খাইছে। বাপৰে বাপ মোৰ ৬ মাহৰ বাজেট।
29/04/2026

১৯,০০০ টকাৰ মদেই খাইছে। বাপৰে বাপ মোৰ ৬ মাহৰ বাজেট।

কংগ্ৰেছী IT Cell আৰু গেদাৰ সপোন, সদায় সপোন হৈয়ে ৰ'ব।Dilip Saikia Himanta Biswa Sarma BJP Assam Pradesh
26/04/2026

কংগ্ৰেছী IT Cell আৰু গেদাৰ সপোন, সদায় সপোন হৈয়ে ৰ'ব।

Dilip Saikia
Himanta Biswa Sarma
BJP Assam Pradesh

26/04/2026

NHPC গেৰুকামুখ। মাত্ৰ আৰু কেইটামান দিনৰ ভিতৰত আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন।

মাত্ৰ আৰু ৯ দিন বাকী। মুখ্যমন্ত্ৰীৰ গাদীত বহিব Gaurav Gogoi ডাঙৰীয়া। কথাটো সঁচা নি?😊
25/04/2026

মাত্ৰ আৰু ৯ দিন বাকী। মুখ্যমন্ত্ৰীৰ গাদীত বহিব Gaurav Gogoi ডাঙৰীয়া। কথাটো সঁচা নি?😊

25/04/2026

ট্ৰাকৰ মাজত যুদ্ধ 🧐😎

23/04/2026

সেইকাৰণে Accident হয়।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when It's Harry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to It's Harry:

Share